ভাল খবৰঃ UPSCৰ অসামৰিক সেৱা পৰীক্ষাৰ চূড়ান্ত পৰীক্ষাত উৰ্ত্তীণ অসমৰ আহমেদ হাছানুজ্জামান চৌধুৰী…

- UPSCৰ অসামৰিক সেৱা পৰীক্ষাৰ চূড়ান্ত ফলাফলত উত্তীৰ্ণ অসমৰ আহমেদ হাছানুজ্জামান চৌধুৰী।
- ২৮৩ নং ৰেংক লাভ কৰে হাইলাকান্দিৰ লখিৰবন্দ নিবাসী হাছানুজ্জামানে।
- তেওঁ AEGCLৰ অৱসৰপ্ৰাপ্ত CGM জাকিৰ আহমেদ চৌধুৰীৰ পুত্ৰ।
- আহমেদ হাছানুজ্জামান জামিয়া মিলিয়া ইছলামিয়াৰ ইঞ্জিনিয়াৰিঙৰ স্নাতক।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3zFqawV
via IFTTT
Comments
Post a Comment