uPSCপৰীক্ষাত উৰ্ত্তীণ অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ কন্যা…

- অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ কন্যাৰ সাফল্য।
- UPSC 2020 অসামৰিক সেৱা পৰীক্ষাত ৯৭ তম স্থান লাভ কৰিছে সিঙৰ কন্যা ঐশ্বৰ্যই।
- টুইটাৰযোগে কথা সদৰি কৰে অসমৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে
- উল্লেখ্য যে, এই পৰীক্ষাত ২৮৩ নং ৰেংক লাভ কৰে হাইলাকান্দিৰ লখিৰবন্দ নিবাসী হাছানুজ্জামানে।
- তেওঁ AEGCLৰ অৱসৰপ্ৰাপ্ত CGM জাকিৰ আহমেদ চৌধুৰীৰ পুত্ৰ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3u9ksCn
via IFTTT
Comments
Post a Comment