যোৰহাট আৰক্ষীৰ জালত ২ দুৰ্ধৰ্ষ ডকাইত…

  • যোৰহাট আৰক্ষীৰ জালত দুই দুৰ্ধৰ্ষ ডকাইত।
  • ধৃতদ্বয়ৰ পৰা পৃথকে পৃথকে নগদ ধনো জব্দ।
  • ধৃত যোৰহাটৰ অনিমেষ শইকীয়া, ধেমাজিৰ নিতুল গগৈ।
  • অনিমেষ শইকীয়াৰ পৰা নগদ ৩,৮০,০০০ টকা জব্দ।
  • নিতুন গগৈৰ পৰা নগদ ২ লাখ টকা জব্দ কৰে আৰক্ষীয়ে।
  • লগতে এখন দুচকীয়া বাহনো জব্দ কৰে আৰক্ষীয়ে।
  • যোৰহাটৰ এজন ব্যৱসায়ীৰ পৰা লুটি নিছিল নগদ ৬ লাখ টকা।
  • অনিমেষৰ সম্পৰ্কীয় এঘৰৰ পৰা জব্দ ৫৭,৬০০ টকা।
  • দুয়োৰে বিৰুদ্ধে যোৰহাট সদৰ থানাত ৰুজু হৈ আছিল গোচৰ।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3zBSlNj
via IFTTT

Comments