কংগ্ৰেছৰ কৌশল নিৰ্দ্ধাৰণ বৈঠকত অংশগ্ৰহণ কৰিলে সাংসদ গৌৰব গগৈয়ে

অসমৰ কলিয়াবৰৰ সাংসদ গৌৰব গগৈয়ে শনিবাৰে নতুন দিল্লীৰ ১০নং জনপথত অনুষ্ঠিত কংগ্ৰেছৰ সংসদীয় কৌশল নিৰ্দ্ধাৰণ বৈঠকত অংশগ্ৰহণ কৰে। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ (এআইচিচি)সভানেত্ৰী ছোনিয়া গান্ধীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত দলটোৰ জ্যেষ্ঠ নেতা গোলাম নবী আজাদ, জয়ৰাম ৰমেশ, এ কে এন্টনি, আনন্দ শৰ্মা আৰু আহমেদ পেটেলো উপস্থিত থাকে। সূত্ৰসমূহে কয় যে বৈঠকত আগন্তুক সংসদৰ অধিৱেশনৰ বাবে কংগ্ৰেছৰ […]

The post কংগ্ৰেছৰ কৌশল নিৰ্দ্ধাৰণ বৈঠকত অংশগ্ৰহণ কৰিলে সাংসদ গৌৰব গগৈয়ে appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2PCRfMX
via IFTTT

Comments