কোৰোনা ভাইৰাছৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি…

- কোৰোনা ভাইৰাছৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি।
- বৰ্তমানলৈকে প্ৰায় ২,৯৪১ গৰাকী লোকে হেৰুৱাইছে প্ৰাণ।
- আক্ৰান্ত হৈছে ৮৫ হেজাৰ লোক।
- নতুনকৈ কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ ৩৫ গৰাকী লোকৰ মৃত্যু হৈছে।
- ৫৭৩গৰাকী লোকৰ দেহত নতুনকৈ কোৰোনা ভাইৰাছৰ অৱস্থিতিৰ কথা জানিব পৰা গৈছে।
The post কোৰোনা ভাইৰাছৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2wZvy3i
via IFTTT
Comments
Post a Comment