দেওবাৰে বিয়লি জি এছ ৰোডত ৰাখিব নোৱাৰিব বাহন…

  • দেওবাৰে গুৱাহাটীত অনুষ্ঠিত THE GREAT GUWAHATI MARATHAN।
  • খানাপাৰা খেলপথাৰৰ পৰা এবিচি পইন্টলৈ ৩টা শাখাত অনুষ্ঠিত হ’ব মাৰাথান।
  • সন্ধিয়া ৬.৩০ বজাত খানাপাৰা খেলপথাৰৰ পৰা আৰম্ভ হ’ব।
  • এই অনুষ্ঠানত কমেও ৬হাজাৰ প্ৰতিযোগীয়ে অংশ ল’ব।
  • সেই অনুসৰি যান-বাহন আৰক্ষীয়ে সলনি কৰিছে যান-বাহন চলাচলৰ নিৰ্দেশনা৷
  • দেওবাৰে বিয়লি যান-বাহন চলাচলত নতুন পথ নিৰ্দেশনা।
  • বিয়লি ৫.৩০ বজাৰ পৰা জি এড ৰোডৰ এটা পথত সম্পূৰ্ণ ন’ পাৰ্কিং থাকিব।
  • আনটো পথৰ কিছু কিছু ঠাইতহে থাকিব পাৰ্কিঙৰ সুবিধা।
  • চিটিবাছসমুহে দেওবাৰৰ বিয়লি কছাৰীবস্তি পথটো ব্যৱহাৰ কৰিব পাৰিব।

The post দেওবাৰে বিয়লি জি এছ ৰোডত ৰাখিব নোৱাৰিব বাহন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3ahP3SU
via IFTTT

Comments