কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত ইংৰাজী সাহিত্যৰ ওপৰত আকৰ্ষণীয় কাৰ্যসূচী সম্পন্ন
যোৰহাট জিলাৰ টীয়কৰ অন্যতম অগ্ৰণী মহাবিদ্যালয় কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত অলপতে উত্তৰ পূৱৰ সাহিত্য শীৰ্ষক এক বক্তৃতা অনুষ্ঠানত আয়োজন কৰা হয়। মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড° পংকজ গোস্বামীৰ সঞ্চালনাত আয়োজিত এই সভাত আদৰণী ভাষণ আগবঢ়াই মহাবিদ্যালয়ৰ অধ্যক্ষা ড° ৰূপৰেখা বৰদলৈয়ে। অসম বিশ্ব বিদ্যালয়ৰ ডিফু কেম্পাচৰ ইংৰাজী বিভাগৰ প্ৰধ্যাপক ড° বিষ্ণু চৰণ দাসে মুখ্য […]
The post কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত ইংৰাজী সাহিত্যৰ ওপৰত আকৰ্ষণীয় কাৰ্যসূচী সম্পন্ন appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2TsyJYS
via IFTTT
Comments
Post a Comment