মধ্যপ্ৰদেশত কয়লাভৰ্তি দুখন ৰে’লৰ সংঘৰ্ষ…

- মধ্যপ্ৰদেশৰ চিংগৰোলীত দুখন মালবাহী ট্ৰেইনৰ মাজত দুৰ্ঘটনা।
- কয়লাভৰ্তি ৰে’লদুখনৰ মাজত মুখামুখি সংঘৰ্ষ হয়।
- ৰে’ল লাইনৰ পৰা বাগৰি পৰা ৰে’লগাড়ী দুখনৰ মাজত ৩-৪ জন লোক আবদ্ধ হৈ থকাৰ আশংকা।
- ৰে’ল দুখনৰ চালকো আবদ্ধ হৈ পৰিছে দুৰ্ঘটনাত পতিত ৰে’ল দুখনৰ মাজত।
- ঘটনাস্থলীত উপস্থিত হৈছে এনটিপিচি আৰু ৰে’লৱে আৰক্ষী।
- অব্যাহত আছে আবদ্ধ সকলক উদ্ধাৰৰ চেষ্টা।
The post মধ্যপ্ৰদেশত কয়লাভৰ্তি দুখন ৰে’লৰ সংঘৰ্ষ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3ceSgEN
via IFTTT
Comments
Post a Comment