হায়দৰাবাদৰ মলকপেটত চিলিণ্ডাৰ বিস্ফোৰণ, আহত ৪

- হায়দৰাবাদৰ মলকপেট এলেকাত ভয়ংকৰ অগ্নিকাণ্ড।
- এটা পৰিয়ালৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড।
- এলপিজি চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়।
- এই ঘটনাত আহত হৈছে ৪ জনকৈ লোক।
- আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
The post হায়দৰাবাদৰ মলকপেটত চিলিণ্ডাৰ বিস্ফোৰণ, আহত ৪ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Tt1LHD
via IFTTT
Comments
Post a Comment