ডিমা হাছাওৰ ডিয়ুংমুখত দুৰ্বৃত্তৰ গুলীচালনা, জ্বলাই দিলে ৫খন ট্ৰাক…

  • ডিমা হাছাওৰ ডিয়ুংমুখত দুৰ্বৃত্তৰ গুলীচালনা।
  • চিমেণ্ট ভৰ্তি ট্রাকলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা।
  • দুৰ্বৃত্তই গুলীচালনা কৰি জ্বলাই দিয়ে ৫খনকৈ ট্রাক।
  • এজন ট্রাক চালক গুলীবিদ্ধ।
  • ৰেঞ্জাৰ বিলত সংঘটিত এই ঘটনা।
  • ঘটনাস্থলীলৈ ৰাওনা আৰক্ষীৰ দল।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3Bf9OvZ
via IFTTT

Comments