বঙাইগাঁও সদৰ চহৰৰ আসাম অইলৰ তেল ডিপোত পেট্ৰলৰ সলনি পানী…

  • বঙাইগাঁও সদৰ চহৰৰ আসাম অইলৰ তেল ডিপোত পেট্ৰলৰ সলনি পানী ।
  • পানী মিহলি পেট্ৰল সোমাই বিকল হ’ল বহু গাড়ী ।
  • ৰাস্তাই ঘাটে বিকল হ’ল গাড়ী । হাহাকাৰ যাত্ৰীৰ ।
  • পানী মিহলি হোৱাৰ কথা স্বীকাৰ ডিপো কৰ্তৃপক্ষৰ ।
  • প্ৰবল বৰষুণৰ বাবে তেলৰ টেংকীত পানী সোমোৱাৰ কথা স্বীকাৰ ডিপো কৰ্তৃপক্ষৰ ।
  • ডিপোত পেট্ৰল সোমাৱাৰ পিছত বেয়া হোৱা গাড়ীবোৰৰ ভাল কৰাৰ বাবে খৰছ বহন কৰিব ডিপো কৰ্তৃপক্ষই ।
  • গাড়ীৰ তেল পৰিবাহী পাইপত তেলৰ সলনি ওলাল পানী ।
  • পেট্ৰলৰ সলনি তেল পৰিবাহী পাইপত থকা পানী বটলত সোমাই ডিপোলৈ লৈ আহিল গ্ৰাহকে ।
  • ডিপো কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ গ্ৰাহকৰ ।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3mCUB3J
via IFTTT

Comments