পুৱতি নিশা ভূমিকম্পৰ জোকাৰণি…

- পুৱতি নিশা ভূমিকম্পৰ জোকাৰণি।
- অৰুণাচল প্ৰদেশৰ চাংলাঙত অনুভূত হয় এই জোকাৰণি।
- পুৱতি নিশা ৩.১৮বজাত অনুভূত হোৱা ভূমিকম্পত কোনো লোক হতাহত হোৱা নাই।
- ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৩.৫।
The post পুৱতি নিশা ভূমিকম্পৰ জোকাৰণি… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3rvDO2H
via IFTTT
Comments
Post a Comment