অৰুণাচল প্ৰদেশৰ প্ৰাক্তন শিক্ষামন্ত্ৰীৰ মৃত্যু…

- অৰুণাচল প্ৰদেশৰ প্ৰাক্তন শিক্ষামন্ত্ৰীৰ মৃত্যু।
- ৭০ বছৰ বয়সলত খাপ্ৰিচ’ ক্ৰঙৰ মৃত্যু৷
- দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি আছিল প্ৰাক্তন মন্ত্ৰীগৰাকী।
- মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ লগতে উপ মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ৷
The post অৰুণাচল প্ৰদেশৰ প্ৰাক্তন শিক্ষামন্ত্ৰীৰ মৃত্যু… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/38C0Xrx
via IFTTT
Comments
Post a Comment