আজি ১বজাত আমিনগাঁৱত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভা

- শুকুৰবাৰে মাজনিশা গুৱাহাটী আহি পালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
- ৩হাজাৰ শিল্পীয়ে সাংস্কৃতিক কাৰ্যসূচীৰে আদৰণি জনালে শ্বাহক।
- শনিবাৰে দুপৰীয়া ১ বজাত আমিনগাঁৱত অমিত শ্বাহৰ সভা৷
- নগাঁৱৰ পৰা বটদ্ৰৱালৈ চাৰিলেন-যুক্ত পথৰ প্ৰকল্প মুকলি কৰিব অমিত শ্বাহে৷
- গুৱাহাটীত স্থাপন হ’বলগীয়া দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে৷
- ভাৰতৰ ভিতৰত সুবিশাল চিকিৎসালয় ৰূপে চিহ্নিত হ’ব এই চিকিৎসালয়৷
The post আজি ১বজাত আমিনগাঁৱত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/34KyleH
via IFTTT
Comments
Post a Comment