কিছু সময়ৰ পাছতে কামাখ্যা মন্দিৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ…

  • কিছু সময়ৰ পাছতে কামাখ্যা মন্দিৰত উপস্থিত হব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
  • ইতিমধ্যে আমিনগাঁৱৰ পৰা কামাখ্যাৰ দিশে ৰাওনা হৈছে শ্বাহ।
  • শ্বাহক সংগ দিব কেইবাগৰাকীও বিজেপি নেতা-কৰ্মীয়ে।
  • উল্লেখ্য যে, দুদিনীয়া ভ্ৰমণসূচীৰে অহা শ্বাহৰ আজি দ্বিতীয়টো দিন।

The post কিছু সময়ৰ পাছতে কামাখ্যা মন্দিৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/37QKMHZ
via IFTTT

Comments