লাহে লাহে দেশত কমিছে কোৰোনাৰ প্ৰকোপ…

ডিজিটেল ডেস্কঃ বিগত ১ জুলাইৰ পাছত এটা দিনত সবাতোকৈ কম লোক কোৰোনাত আক্ৰান্ত হোৱাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি, বিগত ২৪ঘন্টাত ১৮হাজাৰ ৭৩২গৰাকী লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে। এই সময়চোৱাত ২৭৯গৰাকী ৰোগীৰ মৃত্যু হৈছে। উল্লেখ্য যে, বৰ্তমানলৈ দেশত ১লাখ ৪৭হাজাৰ ৬২২গৰাকী কোৰোনা ৰোগীৰ মৃত্যু হৈছে দেশত।
The post লাহে লাহে দেশত কমিছে কোৰোনাৰ প্ৰকোপ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3rz7rjU
via IFTTT
Comments
Post a Comment