পুৱাই গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাননত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে, VIDEO

  • ৭১ সংখ্যক “গণৰাজ্য দিৱস”ৰ শুভক্ষণত পুৱাই শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
  • গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাননত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সোণোৱালে।
  • শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, বীৰ শ্বহীদসকল হ’ল- দেশৰ গৌৰৱ তথা স্বাভিমান আৰু স্বদেশপ্ৰেম, বীৰত্ব, ত্যাগ আৰু সাহসৰ অমৰ প্ৰতীক।
  • বীৰ-বীৰাঙ্গনাসকলৰ আদৰ্শ আমাৰ মাজত সদায়েই যুগমীয়া হৈ থাকিব।

বীৰ শ্বহীদসকল হ'ল- দেশৰ গৌৰৱ তথা স্বাভিমান আৰু স্বদেশপ্ৰেম, বীৰত্ব, ত্যাগ আৰু সাহসৰ অমৰ প্ৰতীক।৭১ সংখ্যক গৌৰৱময় "গণৰাজ্য দিৱস"ৰ শুভক্ষণত গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাননত মহান শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনালোঁ। বীৰ-বীৰাঙ্গনাসকলৰ আদৰ্শ আমাৰ মাজত সদায়েই যুগমীয়া হৈ থাকিব।#RepublicDay

Sarbananda Sonowal ಅವರಿಂದ ಈ ದಿನದಂದು ಪೋಸ್ಟ್ ಮಾಡಲಾಗಿದೆ ಶನಿವಾರ, ಜನವರಿ 25, 2020

The post পুৱাই গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাননত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে, VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2TW7QOJ
via IFTTT

Comments