ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰত সংঘটিত বিস্ফোৰণস্থলীত আৰক্ষী আৰু তদন্তকাৰী বিষয়া…

  • ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰত সংঘটিত বোমা বিস্ফোৰণস্থলীত আৰক্ষী আৰু তদন্তকাৰী বিষয়া উপস্থিত হৈছে।
  • গণৰাজ্য দিৱসৰ পুৱাই ডিব্ৰুগড় চহৰত দুটাকৈ মজলীয়া প্ৰাবল্যৰ বোমা বিস্ফোৰণে জোকাৰি গৈছিল।
  • উজনি অসমত গণৰাজ্য দিবসৰ পুৱাই মুঠ চাৰিটাকৈ বিস্ফোৰণ।
  • দুলীয়াজান থানাৰ সমীপত তৃতীয়টো বিস্ফোৰণ।
  • সোণাৰিৰ এজন ব্যৱসায়ীৰ দোকানৰ সন্মুখত চতুৰ্থটো (গ্ৰেণেড) বিস্ফোৰণ।
  • কোনা এটা বিস্ফোৰণতে হতাহত হোৱা নাই কোনো লোক।

The post ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰত সংঘটিত বিস্ফোৰণস্থলীত আৰক্ষী আৰু তদন্তকাৰী বিষয়া… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NZ7vXE
via IFTTT

Comments