গণতন্ত্ৰ দিৱসৰ দিনাই ৫টাকৈ বিস্ফোৰণে কঁপালে ৰাজ্য

কটকটীয়া নিৰাপত্তাৰ মাজত গণতন্ত্ৰ দিৱস উদযাপনৰ সময়তে দেওবাৰে পুৱা উজনি অসমৰ কেইবাটাও স্থানত   কম ক্ষমতাসম্পন্ন বিস্ফোৰণে কঁপাই তোলে। ডিব্ৰুগড়ত দেওবাৰে ৰাতিপুৱাই আস্থা হাস্পাতলৰ সমীপত আৰু গুৰুদ্বাৰাৰ ওচৰৰ এ টি ৰোডত দুটা কম ক্ষমতাসম্পন্ন বিস্ফোৰণ সংঘটিত হয়। খৱৰ অনুসৰি, একধৰণৰ বিস্ফোৰণ দুলীয়াজান, ডুমডুমা আৰু সোণাৰিতো সংঘটিত হৈছে। সুৰক্ষা বাহিনীৰ লোক ইতিমধ্যে ঘটনাস্থলীত উপস্থিতি হৈ তদন্ত আৰম্ভ […]

The post গণতন্ত্ৰ দিৱসৰ দিনাই ৫টাকৈ বিস্ফোৰণে কঁপালে ৰাজ্য appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/30UelTB
via IFTTT

Comments