ভাৰতত থাকিলে নোবেল বঁটা নাপালোহেঁতেন : অভিজিৎ বেনাৰ্জীৰ বিস্ফোৰণ

২০১৯ বৰ্ষত অৰ্থনীতিৰ নোবেল বঁটা প্ৰাপক অভিজিৎ বেনাৰ্জীয়ে গণতন্ত্ৰ দিৱসৰ দিনাই কৰা এক মন্তব্যই সৰৱ চৰ্চা লাভ কৰিছে। দেশৰ ৭১তম গণতন্ত্ৰ দিৱসৰ দিনটোতে নোবেল বিজয়ী অৰ্থনীতিবিদ গৰাকীয়ে মন্তব্য কৰিছে,’’ভাৰতত থকা হ’লে নোবেল বঁটা নাপালোহেঁতেন।‘’ স্বাভাৱিকতে নোবেল বিজয়ী বেনাৰ্জীৰ এই মন্তব্যক কেন্দ্ৰ কৰি বিতৰ্কৰ সূত্ৰপাত ঘটিছে। অৰ্মত্য সেনৰ পাছত অৰ্থনীতিত নোবেল পোৱা অভিজিৎ বিনায়ক বেনাৰ্জীয়ে বিশ্বজুৰি […]

The post ভাৰতত থাকিলে নোবেল বঁটা নাপালোহেঁতেন : অভিজিৎ বেনাৰ্জীৰ বিস্ফোৰণ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/30TrIng
via IFTTT

Comments