খানাপাৰাত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন ৰাজ্যপাল জগদীশ মুখীৰ…

- খানাপাৰাত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিলে ৰাজ্যপাল জগদীশ মুখীয়ে।
- মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত আছে খানাপাৰাত।
- অসমৰ বিকাশৰ ভিন্ন দিশ সামৰি ৰাজ্যপাল মুখীৰ ভাষণ।
- অসমবাসীৰ কষ্ট আৰু নিষ্ঠাই অসমক আগুৱাই লৈ যাব।
- খেল’ ইণ্ডিয়াত অসমৰ খেলুৱৈৰ প্ৰৰ্দশনকো প্ৰশংসা কৰিলে মুখীয়ে।
- অসমৰ সকলো সমস্যা অসমবাসীয়ে একগোট হৈ সমাধান কৰিব লাগিব বুলি মন্তব্য কৰে ৰাজ্যপালগৰাকীয়ে।
The post খানাপাৰাত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন ৰাজ্যপাল জগদীশ মুখীৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/36qCAKt
via IFTTT
Comments
Post a Comment