দিল্লীত বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে…

  • ৭১ সংখ্যক গণৰাজ্য দিৱসৰ পুৱাই দিল্লীৰ নেচনেল ৱাৰ মেমৰিয়েলত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
Image
  • দেশৰ বীৰ শ্বহীদসকলক সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
Image
  • এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।
  • উপস্থিত থাকে চীফ অৱ দ্য ডিফেন্স বিপিন ৰাৱটৰ লগতে দেশৰ তিনি সেনা প্ৰধান।

The post দিল্লীত বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/30TTPTa
via IFTTT

Comments