গণৰাজ্য দিৱসৰ দিনাই ধাৰাবাহিক বিস্ফোৰণত কঁপিল উজনি অসম…

  • গণৰাজ্য দিৱসৰ দিনাই ধাৰাবাহিক বিস্ফোৰণত কঁপিল উজনি অসম।
  • ডিব্ৰুগড়, দুলীয়াজান আৰু সোণাৰিত তিনিটাকৈ বিস্ফোৰণৰ ঘটনা।
  • দেওবাৰে পুৱাই ডিব্ৰুগড়ত দুটাকৈ বিস্ফোৰণৰ ঘটনা।
  • গেহেম বজাৰত সংঘটিত হৈছে এই বিস্ফোৰণ।
  • ইফালে দুলীয়াজান থানাৰ সমীপতো আই ই ডি বিস্ফোৰণ।
  • সোনাৰিৰ টীয়কঘাটত পালচাৰ বাইকত অহা দৃৰ্বৃত্তৰ বোমা নিক্ষেপ।
  • কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা হোৱা নাই।
  • আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

The post গণৰাজ্য দিৱসৰ দিনাই ধাৰাবাহিক বিস্ফোৰণত কঁপিল উজনি অসম… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2RPCs1N
via IFTTT

Comments