পত্মী-পুত্ৰৰ সৈতে নিশা কটাই পুৱাই মাতৃৰ কাষলৈ অখিল গগৈ…

  • গুৱাহাটীৰ পৰা পুৱাই ঘৰলৈ যাত্ৰা আৰম্ভ কৰিলে অখিল গগৈয়ে।
  • পুৱা নিজৰাপাৰৰ ঘৰৰ পৰা মাতৃৰ খবৰ লবলৈ ৰাওনা হৈছে অখিল গগৈ।
  • নিৰাপত্তা বেষ্টনীৰ মাজত ঘৰমুৱা অখিল গগৈ।
  • উল্লেখ্য যে, দুদিনৰ বাবে পৰিয়ালৰ সদস্যক সাক্ষাতৰ সুবিধা পাইছিল শিৱসাগৰৰ বিধায়ককগৰাকীয়ে।
  • দেওবাৰে নিশা ৮বজাত পুনৰ জি এম চি এইচত উপস্থিত হব লাগিব অখিল গগৈ।

The post পত্মী-পুত্ৰৰ সৈতে নিশা কটাই পুৱাই মাতৃৰ কাষলৈ অখিল গগৈ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3wYcahc
via IFTTT

Comments