নৱবৰ্ষৰ প্ৰথম দিনটোতে “আমি কা নামানো, কেতিয়াও নামানো” বুলি সংকল্প ল’বলৈ জনসাধাৰণক আছু-৩০টা জনগোষ্ঠীয় সংগঠনৰ আহ্বান

সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে অসমৰ জনসাধাৰণক আজি নতুন বছৰ (২০২০)ৰ প্ৰথম দিনটোতে “আমি কা নামানো, কেতিয়াও নামানো” বুলি সংকল্প ল’বলৈ আহ্বান জনাইছে। সংগঠনকেইটাই নৰ্থ-ইষ্ট নাওলৈ প্ৰেৰণ কৰা এটা যুটীয়া বিবৃতিত অসমৰ প্ৰতিটো পৰিয়াললৈ জনোৱা এই আহ্বান অসমৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰাৰ বাবে বুলি কোৱা হৈছে। বিবৃতিটোত লগতে সংগঠনকেইটাই আজি সন্ধিয়া নিজৰ […]

The post নৱবৰ্ষৰ প্ৰথম দিনটোতে “আমি কা নামানো, কেতিয়াও নামানো” বুলি সংকল্প ল’বলৈ জনসাধাৰণক আছু-৩০টা জনগোষ্ঠীয় সংগঠনৰ আহ্বান appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2MLu3us
via IFTTT

Comments