দাম কমিল পিয়াঁজৰ; প্ৰতি কেজিত ৭০ টকা খুচুৰা মূল্য নিৰ্ধাৰণ
ভোগালী বিহু আৰু উৰুকাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰাহকৰ বাবে পিয়াঁজৰ খুচুৰা মূল্য ৭০ টকা নিৰ্ধাৰণ কৰা হৈছে বুলি কামৰূপ (মেট্ৰো)ৰ খাদ্য আৰু অসমৰিক যোগান বিভাগৰ অতিৰিক্ত সহকাৰী আয়ুক্ত বিপুল কুমাৰ দাসে জানিবলৈ দিয়ে। গুৱাহাটী মহানগৰীত আলু আৰু পিয়াঁজৰ মূল্য বৃদ্ধি আৰু বিভিন্ন বিষয় সম্পৰ্কত অনুষ্ঠিত হোৱা এখন বৈঠকত শুকুৰবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ‘‘পিয়াঁজৰ […]
The post দাম কমিল পিয়াঁজৰ; প্ৰতি কেজিত ৭০ টকা খুচুৰা মূল্য নিৰ্ধাৰণ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2twc04Y
via IFTTT
Comments
Post a Comment