নলবাৰীত ‘অসম আৰক্ষী হায় হায়’ শ্লোগানেৰে মুখ্য মন্ত্ৰীৰ পুত্তলিকা দাহ
আকৌ এবাৰ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ সন্থা আৰু আন সংগঠনৰ কৰ্মীৰ ওপৰত বৰ্বৰ অত্যাচাৰ চলালে অসম চৰকাৰৰ আৰক্ষী বাহিনীয়ে ৷ বছৰৰ প্ৰথম দিনটোতে নলবাৰী আৰক্ষীয়ে প্ৰতিবাদকাৰীক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা কাৰ্যই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰক্ষীৰ এই কাৰ্যক ধিক্কাৰ জনাই বুধবাৰে সন্ধিয়া নলবাৰী সদৰ থানাৰ সন্মুখত আছু কৰ্মীসকলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ […]
The post নলবাৰীত ‘অসম আৰক্ষী হায় হায়’ শ্লোগানেৰে মুখ্য মন্ত্ৰীৰ পুত্তলিকা দাহ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2suHAzX
via IFTTT
Comments
Post a Comment