নৱ বৰ্ষৰ দ্বিতীয় দিনাই পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘন, ভাৰতীয়ে সেনাই দিলে প্ৰত্যুত্তৰ

- জম্মু-কাশ্মীৰত পুনৰ যুদ্ধ বিৰতি উলংঘন পাকিস্তানৰ।
- পুঞ্চৰ কৃষ্ণ ঘাটী চেক্টৰত পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘন।
- ভাৰতীয় সেনালৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে পাক সেনাই।
- বুধবাৰে নিশাৰ ভাগত পাক সেনাই যুদ্ধি বিৰতি উলংঘন কৰে।
- পাক সেনাকো প্ৰত্যুত্তৰ দিয়ে ভাৰতীয়ে সেনাই।
The post নৱ বৰ্ষৰ দ্বিতীয় দিনাই পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘন, ভাৰতীয়ে সেনাই দিলে প্ৰত্যুত্তৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/35jaVue
via IFTTT
Comments
Post a Comment