শিলচৰৰ পতিতালয়ত উদ্ধাৰ হোৱা চাৰিগৰাকী নেপালী কিশোৰীক পৰিয়ালৰ হাতত অৰ্পন
শিলচৰৰ নিষিদ্ধ এলেকাৰ পৰা বিগত বৰ্ষৰ ১৪ নৱেম্বৰত উদ্ধাৰ হোৱা সাত গৰাকী কিশোৰীৰ ভিতৰত চাৰিগৰাকী কিশোৰীক বৃহস্পতিবাৰে শিলচৰ আদালতে পৰিয়ালৰ লোকৰ হাতত অৰ্পন কৰে। অসম আৰক্ষী আৰু শক্তি সমূহা নামৰ নেপালৰ এটা বেচৰকাৰী সংস্থাৰ যুটীয়া অভিযানত কিশোৰী সাত গৰাকীক উদ্ধাৰ কৰা হৈছিল। বেচৰকাৰী সংস্থাটোৱে দাখিল কৰা এখন এজাহাৰৰ ওপৰত ভিত্তি কৰি উদ্ধাৰ অভিযানটো চলোৱা হৈছিল। […]
The post শিলচৰৰ পতিতালয়ত উদ্ধাৰ হোৱা চাৰিগৰাকী নেপালী কিশোৰীক পৰিয়ালৰ হাতত অৰ্পন appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/39BN2l5
via IFTTT
Comments
Post a Comment