পঞ্চ চহিদৰ হত্যাকাণ্ডৰ ন্যায়িক তদন্ত বিচাৰি শিৱসাগৰত অনশনত বহিল সাংবাদিক
কা’ বিৰোধী আন্দোলনত আৰক্ষীয়ে গুলিয়াই হত্যা কৰা পাঁচজন যুৱকৰ হত্যাকাণ্ডক মুখ্য মন্ত্ৰীয়ে আজি পৰ্যন্ত্য ন্যায়িক তদন্ত ঘোষণা নকৰাত বৃহস্পতিবাৰে শিৱসাগৰৰ সাংবাদিক যদুমণি বড়াই এদিনীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰে। শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দিনৰ ১১ বজাৰ পৰা ৩ বজালৈ সাংবাদিকগৰাকীয়ে এই অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। অনশন কাৰ্যসূচীৰ জড়িয়তে সাংবাদিক যদুমণি বড়াই পাঁচ জন যুৱকক নিৰ্মমভাৱে […]
The post পঞ্চ চহিদৰ হত্যাকাণ্ডৰ ন্যায়িক তদন্ত বিচাৰি শিৱসাগৰত অনশনত বহিল সাংবাদিক appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2QEUrrg
via IFTTT
Comments
Post a Comment