নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতাত অৰুণাচলৰ জ্যেষ্ঠ এনপিপি নেতাৰ পদত্যাগ
নাগৰিকত্ব (সংশোধন) আইনে উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ জনগাঁঠনি সলনি কৰি পেলাব বুলি দাবী কৰি অৰুণাচল প্ৰদেশৰ এগৰাকী জ্যেষ্ঠ এনপিপি নেতা নাবাম বিবেকে দলটোৰ পৰা পদত্যাগ কৰে। এনপিপিৰ ৰাষ্ট্ৰীয় সভাপতি কনৰাড চাংমাই ‘কেব সম্পৰ্কত লোৱা ইউ-টাৰ্ণ’ৰ বাবেই তেওঁ দলটোৰ প্ৰাৰ্থমিক সদস্য পদৰ পৰা পদত্যাগৰ সিদ্ধান্ত লয় বুলি জনায়। বিবেক দৈমুখ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী। তেওঁ কা’ কঠোৰভাৱে বিৰোধিতা কৰে […]
The post নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতাত অৰুণাচলৰ জ্যেষ্ঠ এনপিপি নেতাৰ পদত্যাগ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/36n3T9q
via IFTTT
Comments
Post a Comment