চোলেমানিৰ মৃত্যুত প্ৰতিশোধৰ ভাবুকি খামেইনিৰ; মধ্য প্ৰাচ্যত যুদ্ধৰ দামামা
মাৰ্কিন বিমান আক্ৰমণত ইৰানৰ শীৰ্ষ সেনা বিষয়াৰ মৃত্যুৰ পাছত মধ্য প্ৰাচ্যত যুদ্ধৰ ডাৱৰ নামিছে। এই মৃত্যুৰ আঁত ধৰি এইবাৰ আমেৰিকাক ধমক দিছে ইৰানৰ প্ৰধান নেতা আয়াতুল্লা আলি খামেইনিয়ে। শুকুৰবাৰে ৰাতিপুৱাই বাগদাদ বিমানবন্দৰত মাৰ্কিন বিমান আক্ৰমণত ইৰানৰ কাডছ ফোৰ্ছৰ কমাণ্ডাৰ জেনেৰেল কাছেম চোলেমানিকে ধৰি ৮জন নিহত হয়। এই ঘটনাৰ পাছতে আমেৰিকাৰ বিৰুদ্ধে টুইটত চৰম সাৱধানবাণী শুনাইছে […]
The post চোলেমানিৰ মৃত্যুত প্ৰতিশোধৰ ভাবুকি খামেইনিৰ; মধ্য প্ৰাচ্যত যুদ্ধৰ দামামা appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2STtTVQ
via IFTTT
Comments
Post a Comment