গোলাঘাটত পঞ্চায়ত সভানেত্ৰীৰ ঘৰলৈ দুৰ্বৃত্তৰ গুলীচালনা…

- বৃহস্পতিবাৰে নিশা গোলাঘাটত দুৰ্বৃত্তৰ গুলীচালনা।
- গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰীতা ৰাজখোৱাৰ ঘৰলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে দুৰ্বৃত্তৰ এটা দলে।
- ঢেকীয়াল গাঁও পঞ্চায়তৰ সভানেত্ৰী গণকপুখুৰী হাবিয়াল গাঁৱত থকা ঘৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।
- ৰীতা ৰাজখোৱাৰ ঘৰলৈ অহা এজন লোকৰ বাহনলৈও লক্ষ্য কৰিও গুলীচালনা কৰে দুৰ্বৃত্তৰ দলে।
- প্ৰাপ্ত খবৰুনৰি ক’লা ৰঙৰ গাড়ীত আহিছিল দুৰ্বৃত্তৰ দলটো।
- ইফালে ঘটনাৰ খবৰ পাই নিশাই ঘটনাস্থলীত উপস্থিত হয় গোলাঘাটৰ আৰক্ষী অধীক্ষক।
The post গোলাঘাটত পঞ্চায়ত সভানেত্ৰীৰ ঘৰলৈ দুৰ্বৃত্তৰ গুলীচালনা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2tomJ1e
via IFTTT
Comments
Post a Comment