নাগৰিকত্ব সংশোধনী আইনৰ তীব্ৰ বিৰোধিতা অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ

‘’ মই নাগৰিকত্ব সংশোধনী আইনৰ তীব্ৰ বিৰোধিতা কৰো,’’-এইদৰে কয় অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত প্ৰধান সম্পাদক যাদব শৰ্মাই। তেওঁ লগতে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঞি বৰুৱালৈ তেওঁৰ তেজপুৰৰ কলিবাৰীৰ বাসগৃহত শ্ৰদ্ধাঞ্জলি জনায়। ‘’আমি আমাৰ ভাষা আৰু সংস্কৃতিৰ বাবে যুঁজ দি থকা এইটো গোটেই অসমীয়া সমাজখনৰ বাবে এক কঠিন সময়,’’-তেওঁ কয়। কলাগুৰু বিষ্ণুৰাভা, ৰূপকোঁৱৰ […]

The post নাগৰিকত্ব সংশোধনী আইনৰ তীব্ৰ বিৰোধিতা অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/36lKFAM
via IFTTT

Comments