বছৰৰ প্ৰথম দিনটোত মা কামাখ্যাৰ আশীষ বিচাৰি ভক্তৰ লানি নিছিগা ভিৰ…

- নতুন বছৰত ভগৱানৰ আশীষ বিচাৰি মন্দিৰত ভক্তৰ লানি নিছিগা ভিৰ।
- নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যাতো বছৰৰ প্ৰথম দিনটোত দেখা গ’ল এক উৎসৱমুখৰ পৰিৱেশ।
- বুধবাৰে পুৱাৰে পৰাই মা কামাখ্যাত ভিৰ কৰে অগণন ভক্তই।
- মা কামাখ্যাৰ চৰণত প্ৰণিপাত জনাই এটা সুন্দৰ, সুখৰ বছৰৰ কামনা কৰে ভক্তসকলে।
The post বছৰৰ প্ৰথম দিনটোত মা কামাখ্যাৰ আশীষ বিচাৰি ভক্তৰ লানি নিছিগা ভিৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2SILm32
via IFTTT
Comments
Post a Comment