অসমীয়াগিৰি: মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ সকলো কাম কাজত অসমীয়া ভাষা ব্যৱহাৰৰ নিৰ্দেশ
ইংৰাজী নৱবৰ্ষত ডিব্ৰুগড়ৰ মুখ্য ন্যায়িক দণ্ডাধীশগৰাকীয়ে অসমীয়া ভাষা ব্যৱহাৰ সন্দৰ্ভত এক নিৰ্দেশনাৰ জৰিয়তে আদৰ্শ দেখুৱালে। যিসময়ত অসমৰ ৰাজপথত ৰাজ্যখনৰ অসমীয়া জনসাধাৰণে ভাষা-সংস্কৃতি ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হৈছে, তেনে সময়তে ডিব্ৰুগড়ৰ মুখ্য ন্যায়িক দণ্ডাধীশগৰাকীয়ে আদালতৰ সকলো কাম কাজত অসমীয়া ভাষা ব্যৱহাৰৰ নিৰ্দেশ দি প্ৰকৃত অসমীয়াগিৰি দেখুৱাবলৈ সক্ষম হৈছে। ডিব্ৰুগড়ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ মুখ্য ন্যায়িক দণ্ডাধীশ অভিজিত […]
The post অসমীয়াগিৰি: মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ সকলো কাম কাজত অসমীয়া ভাষা ব্যৱহাৰৰ নিৰ্দেশ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2FdXAJ1
via IFTTT
Comments
Post a Comment