জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত শ্বহীত দুই ভাৰতীয় সেনা জোৱান

  • বছৰৰ প্ৰথমটো দিনতেই দুঃখবৰ।
  • জন্মু কাশ্মীৰৰ নৌচেৰা চেক্টৰত শ্বহীদ দুই ভাৰতীয় সেনা জোৱান।
  • এক ঘেৰাও আৰু অনুসন্ধান অভিযানকালত শ্বহীদ হয় সেনা জোৱান দুগৰাকী।
  • নৌচেৰা চেক্টৰত বুধবাৰে পুৱতি নিশা সন্ত্ৰাসবাদীৰ এটা দলৰ বিৰুদ্ধে অনুসন্ধান চলাইছিল ভাৰতীয় সেনাই।
  • অভিযানত সেনাই সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা ঘৰটো ঘেৰাও কৰে।
  • তাৰ পিছতে সেনালৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে সন্ত্ৰাসবাদীয়ে।
  • সন্ত্ৰাসবাদীৰ গুলীৰ আঘাতত ঘটনাস্থলীয়ে প্ৰাণ হেৰুৱায় ভাৰতীয় সেনা জোৱান দুগৰাকীয়ে।
  • ইফালে বৰ্তমানেও এই অভিযান অব্যাহত আছে বুলি জানিব পৰা গৈছে।

The post জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত শ্বহীত দুই ভাৰতীয় সেনা জোৱান appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/36iwtbG
via IFTTT

Comments