টিহুত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজন যুৱকে
৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ টিহুৰ সমীপৰ নাথকুছিত ৩ জানুৱাৰিত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত গজেন ৰাজবংশী আৰু অবিনাশ বৰ্মন নামৰ দুজন যুৱকে কৰুণ মৃত্যুক সাৱতি লয়। মৃত গজেন ৰাজংশী আৰু অবিনাশ বৰ্মনৰ ঘৰ ক্ৰমে বৰপেটা জিলাৰ পাঠশালাত আৰু নলবাৰীৰ বালিকৰীয়াত। দুয়োগৰাকী দুৰ্ভগীয়া যুৱকে মেডিচিন ৰিপ্ৰেজেনটেটিভ হিচাপে কৰ্মৰত আছিল। জানিব পৰা মতে, ৩ জানুৱাৰি আবেলি […]
The post টিহুত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজন যুৱকে appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2sJmRIs
via IFTTT
Comments
Post a Comment