নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অৱ তিপ্ৰাৰ তিনিগৰাকী কেডাৰক গ্ৰেপ্তাৰ

ত্ৰিপুৰাৰ ধৰ্মনগৰ আৰক্ষীয়ে যোৱা নিশা নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অৱ তিপ্ৰা (NLFT)ৰ তিনিগৰাকী কেডাৰক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে তেওঁলোকৰ কবলৰ পৰা এটা ৯এম এম পিষ্টল আৰু ৬জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰে। ধৃত বিদ্ৰোহী গোটৰ সদস্য কেইগৰাকীক ক্ৰান্তি মাৰাক, শমপৰাই দেববৰ্মা আৰু ফেনিজয় ৰেয়াং বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ সূত্ৰ মতে লোককেইজন শিলচৰৰ পৰা আহিছিল।পানীসাগৰ ৰে’ল ষ্টেশ্যনৰ পৰা […]

The post নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অৱ তিপ্ৰাৰ তিনিগৰাকী কেডাৰক গ্ৰেপ্তাৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2Fee8Rm
via IFTTT

Comments