ধৰাত এতিয়া কুঁৱলীৰ শুভ্ৰ আচ্ছাদনঃ ব্যাহত ৰে’ল, বিমানসেৱা…

- ঘন কুঁৱলীৰ বাবে অসুবিধাৰ সন্মুখীন বিমান, ৰে’ল সেৱাত।
- তামিলনাডুৰ চেন্নাই বিমান বন্দৰত পলম বিমান চলাচলত।
- ১০খন বিমান চলাচলত নিৰ্ধাৰিত সময়তকৈ পলম হ’ব বুলি জানিব পৰা গৈছে।
- ৪খন বিমানৰ পথ সলনি কৰিব লগা হৈছে কুঁৱলীৰ বাবে।
- ইফালে বিমান চলাচলত পলমৰ বাবে বিমান বন্দৰতে আবদ্ধ হৈ পৰিছে বহু যাত্ৰী।
The post ধৰাত এতিয়া কুঁৱলীৰ শুভ্ৰ আচ্ছাদনঃ ব্যাহত ৰে’ল, বিমানসেৱা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Qqm60h
via IFTTT
Comments
Post a Comment