বিজেপি-অগপৰ কাৰ্যালয় জ্বলাই দিয়া তিনিজন দুষ্কৃতিকাৰীক আটক

নাগৰিকত্ব সংশোধনী বিধেয়ক(আইন) গৃহীত হোৱাৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰৰ ঢকুৱাখানাতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। বিধেয়ক বাতিলৰ দাবীত হিংসাত্মক কাৰ্য সংঘটিত কৰা প্ৰতিবাদকাৰীৰ তিনিজনক ঢকুৱাখানা আৰক্ষীয়ে মঙলবাৰে আটক কৰিছে। উল্লেখ্য যে আটকাধীন প্ৰতিবাদকাৰী কেইজনৰ বিৰুদ্ধে যোৱা ১২ ডিচেম্বৰত শাসনাধিষ্ঠ বিজেপি আৰু অগপ দলৰ কাৰ্যালয়ত অগ্নি সংযোগ কৰাৰ অভিযোগ আছে। এই গোচৰত মঙলবাৰে পুৱতি নিশা আৰক্ষীয়ে […]

The post বিজেপি-অগপৰ কাৰ্যালয় জ্বলাই দিয়া তিনিজন দুষ্কৃতিকাৰীক আটক appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2rIHMef
via IFTTT

Comments