কামপুৰত বন্যহস্তীৰ তাণ্ডৱ, হাতী খেদাত অক্ষম বনকৰ্মী, VIDEO

  • কামপুৰত বন্যহস্তীৰ তাণ্ডৱ অব্যাহত।
  • নিশা শতাধিক বন্যহস্তীয়ে অৱস্থান কৰিছে কামপুৰৰ চাংজুৰা ৰিজাৰ্ভ কাৱৈমাৰী আৰু চাংচকী অঞ্চলত।
  • বহু বিঘা সৰিয়হ খেতি অনিষ্ট সাধন কৰিছে হাতীৰ জাকটোৱে।
  • চাংজুৰাইৰ ভৱেন বৰদলৈৰ বাসগৃহৰ ক্ষতি সাধন কৰে বন্যহস্তীৰ জাকটোৱে।
  • বিগত এটা মাহে বন্যহস্তীয়ে সন্ত্ৰাস চলাইছে কামপুৰ অঞ্চলত।
  • বন কৰ্মীয়ে খেদিব পৰা নাই হাতীৰ জাকটো।

The post কামপুৰত বন্যহস্তীৰ তাণ্ডৱ, হাতী খেদাত অক্ষম বনকৰ্মী, VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2QibTCE
via IFTTT

Comments