নুমলীগড়ৰ বিষ্ণুপুৰৰ সেউজী পাৰত বন্যহস্তীৰ সন্ত্ৰাস, VIDEO

- নুমলীগড়ৰ বিষ্ণুপুৰৰ সেউজী পাৰত বন্যহস্তীৰ সন্ত্ৰাস।
- হাতীৰ জাকে ভাঙি তহিলং কৰিলে কেইবাটাও বাসগৃহ।
- কথমপী প্ৰাণ ৰক্ষা কেইবাটাও পৰিয়ালৰ।
- হাতীৰ জাকে খাই তহিলং কৰে খেতি পথাৰৰ সামগ্ৰী, কলগছ।
- ভাঙি লণ্ডভণ্ড কৰে তামোল, নাৰিকল গছো।
The post নুমলীগড়ৰ বিষ্ণুপুৰৰ সেউজী পাৰত বন্যহস্তীৰ সন্ত্ৰাস, VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ZUPpej
via IFTTT
Comments
Post a Comment