অসমত ২১২জন কোভিড পজিটিভঃ এজনে হেৰুৱালে প্ৰাণ, পজিটিভিটী হাৰ ১.৪১ %লৈ পালে বৃদ্ধি…

কোভিড
  • অসমত পুনৰ ২১২জন কোৰোনাত আক্ৰান্ত।
  • ইয়াৰে ৯৬জন কামৰূপ মেট্ৰ’ৰ, ২৬জন বৰপেটাৰ, ১৮জন লখিমপুৰৰ আৰু ১৪জন যোৰহাটৰ।
  • এতিয়ালৈকে ৰাজ্য কোৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৬১০৬৪৫জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, দেওবাৰৰ দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ২৩৬জন লোক সুস্থ হয়।
  • আনহাতে, উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত এজনৰ মৃত্যু।
  • উল্লেখযোগ্য যে, অসমত বৰ্তমান পজিটিভিটী হাৰ ১.৪১ শতাংশলৈ বৃদ্ধি পাইছে।
  • ৰাজ্যত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৩২৭জন ৰোগী।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3pRTqiy
via IFTTT

Comments