তামিলনাডুত বানে সৃষ্টি কৰিছে জটিল পৰিস্থিতিৰ, vIDEO

ডিজিটেল ডেস্কঃ প্ৰৱল বৃষ্টিপাতৰ পিছতে তামিলনাডুত বানে সৃষ্টি কৰিছে জটিল পৰিস্থিতিৰ। ৰাজ্যখনৰ প্ৰায় ১১জিলাত বানে সৃষ্টি কৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে হাই এৰ্লাট জাৰি কৰিছে। ইতিমধ্যে অফিচ-কাছাৰীৰ পৰা আদি কৰি ৰাজ্যখনৰ এই ১১খন জিলাৰ শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰিছে চৰকাৰে।

উল্লেখ্য যে, বানপীড়িত লোকসকলক উদ্ধাৰ আৰু প্ৰয়োজনীয় সহায় কৰাত ব্যস্ত হৈ পৰিছে প্ৰশাসনৰ লোক-



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3I46p7J
via IFTTT

Comments