বামুণীমৈদামত নিজ ভাতৃয়ে হত্যা কৰিলে ককায়েকক…

  • বামুণীমৈদামৰ কুশল নগৰত হত্যাকাণ্ড
  • নিজ ভাতৃয়ে হত্যা কৰিলে ককায়েকক
  • জিণ্টু দাসে হত্যা কৰিলে ককায়েক কমল দাসক
  • নিশা শোৱাপাটীতে ৰদেৰে মৰিয়াই মৰিয়াই হত্যা
  • দিনৰ পৰাই কাজিয়াৰ সূত্ৰপাত হৈছিল দুয়োৰে
  • জিন্তু দাসে টকাৰ অভাৱত চিলিণ্ডাৰ বিক্ৰী কৰিবলৈ ওলোৱাক লৈ হৈছিল কাজিয়া ।
  • ঘাটক জিন্তু দাস আছিল ড্ৰাগছ আসক্ত ।
  • জিন্তু দাসৰ বয়স ২০ বছৰ আৰু কমল দাসৰ ২২ বছৰ
  • ঘটনাস্থলীত উপস্থিত চান্দমাৰী আৰক্ষী
  • কিছুসময়ৰ পাছতে উপস্থিত হব দণ্ডাধীশ।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3xzxkTL
via IFTTT

Comments