কোভিড-১৯ঃ আন্তঃৰাষ্ট্ৰীয় যাতায়াতৰ সন্দৰ্ভত চৰকাৰৰ নতুন নিৰ্দেশনা…

- নতুন কোভিড সংক্রমণৰ বাবে যাতায়াতৰ সন্দৰ্ভত চৰকাৰৰ নতুন নিৰ্দেশনা।
- আন্তঃৰাষ্ট্রীয় যাতায়াতৰ ক্ষেত্রত চৰকাৰৰ এই নতুন নিৰ্দেশনা।
- কেন্দ্রীয় স্বাস্থ্যমন্ত্রীয়ে এই সন্দৰ্ভত প্রকাশ কৰিছে নতুন নিৰ্দেশনা।
- ১ ডিচেম্বৰৰ ১৪ দিনৰ ভ্রমণৰ তথ্য দিব লাগিব বিদেশৰ পৰা অহা যাত্রীয়ে।
- যাত্রীৰ বাবে কোভিড পৰীক্ষা বাধ্যতামূলক।
- বিমান বন্দৰত প্রতিজন যাত্রীৰ বাবে কোভিড পৰীক্ষা বাধ্যতামূলক।
- পৰীক্ষাত নিগেটিভ ৰিজাল্ট অহা যাত্রীকহে দিয়া হ’ব যাত্রাৰ সুবিধা।
- পজিটিভ ফল ওলোৱা সকলক ৭ দিনৰ বাবে ৰখা হ’ব হোম কোৱাৰেণ্টাইনত।
- ৮ দিনৰ পিছত পুনৰ কোভিড পৰীক্ষা কৰা হ’ব তেওঁলোকৰ।
- নিগেটিভ আহিলেও তেওঁলোকক পৰ্যবেক্ষণত ৰখা হ’ব।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3FOTODg
via IFTTT
Comments
Post a Comment