নুমলীগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন…

  • নুমলীগড়ৰ দেওপাহাৰত শোকাৱহ পথ দুৰ্ঘটনা।
  • নিয়ন্ত্ৰণ হেৰুৱাই ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বাগৰি পৰে এখন ট্ৰাক।
  • দুৰ্ঘটনাত পতিত ট্ৰাকখনৰ নম্বৰ এএছ ০৫ চি ৮১০০।
  • থিতাতে নিহত ট্ৰাক খনৰ সহায়ক কমল বাগটি।
  • গুৰুতৰ ভাৱে আহত চালক দেবেন তাঁতীক নুমলীগড় বিবেকানন্দ চিকিৎসালয়ত ভৰ্তি।
  • উল্লেখযোগ্য যে, দুৰ্ঘটনা ট্ৰাকখনৰ ভিতৰত বহু সময় চেপা খাই আছিল চালক দেবেন তাঁতী।
  • স্থানীয় লোকে উদ্ধাৰ কৰে চালকজনক।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3D3hsu1
via IFTTT

Comments