অসমৰ পুনৰ ১২৩জন কোভিড পজিটিভ, ৫জনৰ মৃত্যু…

কোভিড
  • অসমত পুনৰ ১২৩জন কোৰোনাত আক্ৰান্ত।
  • ইয়াৰে ৫৮জন কামৰূপ মেট্ৰ’ৰ, ১২জন বৰপেটাৰ, ৯জন শোণিতপুৰৰ আৰু ৮জন কামৰূপ গ্ৰাম্যৰ।
  • এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈআছে ১৩৭৩জন ৰোগী।
  • ইফালে, শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ১৮৯জন লোক।
  • আনহাতে, উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ৫জনৰ মৃত্যু হয়।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3lf87Jw
via IFTTT

Comments