ফাৰ্মাচীত নিচাযুক্ত কেপছুল, গাঞ্জা…

  • দক্ষিণ শালমাৰা-মানকাচৰত আৰক্ষীৰ অভিযানত ফাৰ্মাচীত ওলাল গাঞ্জা।
  • এখন ঔষধ প্ৰতিষ্ঠানৰ পৰা জব্দ নিচাযুক্ত কেপছুলৰ লগতে গাঞ্জা
  • মাটিত পুতি থোৱা অৱস্থাত আছিল কেপছুল-গাঞ্জাখিনি
  • আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ফাৰ্মাচীখনৰ স্বত্ত্বাধিকাৰীৰ লগতে অন্য এজনক
  • গ্ৰেপ্তাৰ মুকছেদুল মিঞা, ৰাহুল ইছলাম নামৰ দুজনক
  • ফাৰ্মাচীখনৰ পৰা এনে অবৈধ বেহা বহুদিনৰ পৰা চলি আছিল বুলি ৰাইজৰ অভিযোগ।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3xx0AKR
via IFTTT

Comments